April 21, 2019

শিলচরে সুস্মিতা দেব-ই নির্বাচন জিতবে, ধারনা আম-জনতার।

বৰাকত ২৪ ঘণ্টাৰ ভিতৰত দুটা বিশাল ৰোডশ্ব’। শিলচৰত আজি কংগ্ৰেছ প্ৰাৰ্থী সুস্মিতা দেবৰ হৈ প্ৰিয়ংকা গান্ধীৰ ৰোড শ্ব’। গাড়ীত উঠি কংগ্ৰেছ সমৰ্থকৰ মাজত শিলচৰত প্ৰচাৰ চলায় প্ৰিয়ংকাই। ইয়াৰ বিপৰীতে ডঃ হিমন্তবিশ্ব শৰ্মাৰ ৩ঘণ্টীয়া পদযাত্ৰাত অংশ ল’লে ১ লাখৰো অধিক লোকে। প্ৰিয়ংকা গান্ধীয়ে গাড়ীত উঠি নিয়মমাফিক প্ৰচাৰ চলোৱাৰ বিপৰীতে হিমন্তবিশ্ব শৰ্মাই খোজ কাঢ়ি লক্ষাধিক লোকৰ সৈতে সদলবলে আৰম্ভ কৰা পদযাত্ৰাই সকলো স্তৰৰ লোকক স্পৰ্শ কৰিবলৈ সক্ষম হয়। তবে এই আসনে বর্তমান সাংসদ কংগ্রেস দলের সুস্মিতা দেব-ই শেষ হাসি মারবেন বলে তথ্যবিজ্ঞ মহলের ধারনা। এখানে নির্বাচন অনুষ্ঠিত হবে আগামী ১৮ই এপ্রিল, ২০১৯। Priyanka at Silchar

Related posts